Tuesday, October 23, 2018

সন্দিহান


সপোনৰ অনিশ্চয়তা
শৰতময় প্ৰভাতৰ নিয়ৰে ধোৱা দুবৰিত
জল জল পট পট

মৰুত জীপাল হাচনাহানা কলি
ফটো: সংগ্ৰহ

দুহাত শূণ্য
নোৱাৰো দিব উভতাই
তুমি বিচৰা খিনি

মইতো নোৱাৰো
ৰাখিব তোমাক বন্দী কৰি 
মোৰ হৃদয়ৰ
অশোক বাটিকাত
মৰহি যায় যদি গোলাপৰ পাহিত
প্ৰেমৰ ইতিহাস  ।

             ++++

3 comments:

  1. একো নাই মৰহি যাব নিদিবা মাথো . . . . সি ফুলিব ধৰিব।।

    ReplyDelete