Tuesday, October 23, 2018

ডুখুৰীয়া কবিতা




জোনাক ভালপোৱা  বাবেইতো
পাহৰণিবোৰ এন্ধাৰ
অতীত পাহৰণিৰ অন্য নাম




স্মৃতিৰ টুকুৰা ছবিত
অতীতবোৰ জিলিকে
বিচ্ছুৰিত জোনাকৰ বাবেই
জোনাক
এক নুবুজা সাঁথৰ



জোনাক ভালপোৱাৰ বাবেইতো
কবিতাই মালা গাঁথে
কবিতাইয়ো ভালপায় জোনাক 

             +++++

2 comments:

  1. ভাল পাবলৈ গৈ থকা গৈ থকা . . .
    আকৌ জোনাক . . . ।।

    ReplyDelete