ডঁৰিয়লি : অনুভৱৰ ইপাৰ-সিপাৰ
Monday, October 22, 2018
তোমাৰ উচুপনি বনাম মোৰ মৌনতা
বিদায় ল'বলৈ আহি
তুমি উটি গৈছিলা চকুলোৰ দুৰ্দান্ত বানত
আৰু মই. . .
ফটো: সংগ্ৰহ
মৌনতাৰ নৌকা বাই বাই
বঠাহীন নাঁৱৰীয়া
প্ৰতিটো উচুপনিৰ ভাষা মোৰ জ্ঞাত
তুমি নিৰুপায়
প্ৰত্যুত্তৰত বোবা চাৱনি হৈ
উদাস উদাস মোৰ
মৌনতা. . . ।
++++++
5 comments:
Unknown
October 22, 2018 at 10:58 PM
মৌনতাৰ ও এক ভাষা আছে।
Reply
Delete
Replies
Sanjay Rabha
October 24, 2018 at 1:55 AM
নিশ্চয় আছে. . .
Delete
Replies
Reply
Reply
Bhushan Rabha
October 24, 2018 at 5:42 AM
মৌন কিয় কৈ দিয়া ভাষাবোৰ. . . মই তোমাক
Reply
Delete
Replies
Reply
Amrit Rabha
October 26, 2018 at 11:21 PM
বাৰু৷ কথা কি
Reply
Delete
Replies
Reply
Vivek
December 25, 2018 at 5:16 AM
Dhuniya
Reply
Delete
Replies
Reply
Add comment
Load more...
Newer Post
Older Post
Home
Subscribe to:
Post Comments (Atom)
মৌনতাৰ ও এক ভাষা আছে।
ReplyDeleteনিশ্চয় আছে. . .
Deleteমৌন কিয় কৈ দিয়া ভাষাবোৰ. . . মই তোমাক
ReplyDeleteবাৰু৷ কথা কি
ReplyDeleteDhuniya
ReplyDelete